দাৰোগাখাট উপ স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা কভিড ভেকচিনৰ প্ৰদান

pc The Indian Express

দাৰোগাখাট উপ স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা কভিড ভেকচিনৰ প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা – আজি ১৭ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি কভি’ড-১৯ মেগা ভেকচিনৰ আৰম্ভণি কৰা হৈছে। যাৰ দ্বাৰাই দেশৰ প্ৰতিজন নাগৰিকক কভি’ড টিকাকৰণ দিয়া হ’ব। সেয়েহে ৰাজ্যৰ প্ৰ্তিটো স্বাস্থ্য, উপস্বাস্থ্য, কেন্দ্ৰৰ যোগেদি আজিৰ পৰা গ্ৰাম্যঅঞ্চলটো কভিড ১৯ ৰ টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালকৈ ওদালগুৰি জিলাৰ টংলা থনা অন্তৰ্গত দাৰোগাখাট উপস্বাস্থ্য কেন্দ্ৰতটো আজি মেগা ভেকচিনৰ প্ৰদানৰ লগত সংগতি ৰাখি আজিৰে পৰা কভিড ভেকচিনৰ টিকাকৰণ প্ৰদান কৰা দেখা যায় আৰু আজি মেগা ভেকচিন প্ৰ্দানৰ জৰিয়তে দাৰোগাখাট উপস্বাস্থ্য কেন্দ্ৰত প্ৰায় ২০০ গৰাকী লোকক কভিড ভেকচিনৰ টীকাকৰণ দিয়া হব বুলি জানিব দিয়ে।।