ডিএমকেৰ সাধাৰণ সম্পাদিকা সুব্বুলক্ষ্মী জগদীচানৰ ৰাজনীতি ত্যাগ 

Pc Deccan Herald

ডিএমকেৰ সাধাৰণ সম্পাদিকা সুব্বুলক্ষ্মী জগদীচানৰ ৰাজনীতি ত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিএমকেৰ উপ-সাধাৰণ সম্পাদিকা সুব্বুলক্ষ্মী জগদীসনে দলৰ পৰা পদত্যাগ কৰাৰ লগতে ৰাজনীতিৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। ‘মই ২৯ আগষ্টত দলৰ সভাপতি এম কে ষ্টেলিনক পদত্যাগ পত্ৰ দাখিল কৰিছিলো, মই ডি এম কে এৰিছো আৰু লগতে সক্ৰিয় ৰাজনীতিও ত্যাগ কৰিছো।’ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ জগদীছন সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিল।