টি-২০ ‘ৱৰ্ল্ড কাপ’ৰ পৰামৰ্শদাতা হিচাপে ধোনীৰ নিযুক্তিৰ বিৰুদ্ধে সংঘাত

pc News 18

টি-২০ ‘ৱৰ্ল্ড কাপ’ৰ পৰামৰ্শদাতা হিচাপে ধোনীৰ নিযুক্তিৰ বিৰুদ্ধে সংঘাত

অনলাইন বাৰ্ত্তাসেৱা – বি.চি.চি.আই.ৰ শীৰ্ষ পৰিষদে টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ পৰামৰ্শদাতা হিচাপে প্ৰাক্তন অধিনায়ক এম. এছ. ধোনীৰ নিযুক্তিৰ বিৰুদ্ধে এটা অভিযোগ লাভ কৰিছে। মধ্য প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰাক্তন আজীৱন সদস্য সঞ্জীৱ গুপ্তাৰ অভিযোগ অনুসৰি, ধোনীক নিযুক্তি দিলে স্বাৰ্থৰ সংঘাতৰ ধাৰাৰ উলংঘন কৰা হব, যাৰ অধীনত এজন ব্যক্তিয়ে দুটা পদত অধিষ্ঠিত হ’ব নোৱাৰে। ধোনী চি.এচ.কে. আই. পি. এল. ফ্ৰেঞ্চাইজিৰ অধিনায়ক।

(UD.)