টাটা মটৰচৰ নতুন গাড়ীত স্থান পালে অসমে! গঁড়ৰ প্ৰতীকেৰে উলাল ‘আনটেমড কাজিৰঙা এডিচন’

টাটা মটৰচৰ নতুন গাড়ীত স্থান পালে অসমে! গঁড়ৰ প্ৰতীকেৰে উলাল ‘আনটেমড কাজিৰঙা এডিচন’

দেৱাশীষ গোস্বামী,নগাঁও,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৯ মাৰ্চ বুধবাৰে দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান টাটা মটৰ্চৰ নগাঁওস্থিত Authorized dealer,Ashutosh Motors অত SUV segmentৰ গাড়ীসমূহ ক্ৰমে punch,Nexon,Harrier আৰু Safari ৰ Untamed Kaziranga Edition অৰ শুভ উদ্বোধন কৰা হয়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এয়াই যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গঁড়ৰ লগতে ইয়াৰ বৈচিত্ৰ্যপুৰ্ণ বন্যপ্ৰাণীৰ প্ৰতি শ্ৰদ্ধা জনাই টাটা মটৰছে এই গাড়ী কেইখনৰ নাম আনটেমড কাজিৰঙা এডিচন বুলি নামকৰণ কৰিছে ৷

উক্ত অনুস্থানত আশুতোষ মটৰ্ছৰ পৰিচালন সঞ্চালক দেৱাশীষ গোস্বামীকে প্ৰমুখ্যে কৰি আশুতোষ মটৰ্ছৰ মহাপ্ৰবন্ধক ধ্ৰুৱজ্যোতি গোস্বামী, প্ৰবন্ধক ব্ৰজেন হাজৰিকা,Yes bank ৰ regional head আশীষ আগৰৱাল,ৰূপক দাস CM sbi hub,হৰি বৰা, senior manager auto loan yes bank
মনি খাকলাৰী auto loan officer bank of baroda nagaon, গীতু শইকীয়াLoan office sbi hub অমল খাউণ্ড branch head Chola Finance,ৰিণ্টু দাস Sales manager auto loan Hdfc আদিকে ধৰি ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।

নতুনকৈ মুকলি কৰা এই কাজিৰঙা এডিচনৰ এছ ইউ ভি গাড়ী কেইখনক লৈ যথেষ্ট আশাবাদী টাটা মটৰছ ৷ গৌৰাৱান্বিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো৷