ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰ উদ্বোধন

Pc Mint

ঝাৰখণ্ডৰ দেওঘৰ বিমানবন্দৰ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডত ৪০১ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ৬৫৭ একৰৰ দেওঘৰ বিমানবন্দৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ২,৫০০ মিটাৰ দীঘল ৰানৱে থকা নতুন বিমানবন্দৰৰ পৰা দেওঘৰ-কলকাতা ইণ্ডিগো বিমানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কয় যে বিমানবন্দৰটো আগন্তুক দিনত ৰাঁচী, পাটনা আৰু দিল্লীৰ সৈতে সংযুক্ত কৰা হ’ব।