জামাত ই ইছলামী হিন্দ , অসমৰ সাহায্য অভিযানং

জামাত ই ইছলামী হিন্দ , অসমৰ সাহায্য অভিযানং

ফখৰুদ্দিন আহমেদ, ছিপাঝাৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  COVID -19 Handholding Project – 2021-22 আন – নুৰ মডেল স্কুল , নেপালী পট্ৰীত শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিৰ অন্তৰ্গত চহৰ আৰু গাওঁৰ দুখীয়া পৰিয়ালৰ মাজত Human walfare Trust , New Delhi ৰ সহযোগত সাহায্য আগবঢ়োৱা হয়। তেজপুৰ বৰ মছজিদৰ পেছ ইমাম হাফীজ শ্বেখ শ্বাদিক চাহেবৰ কোৰআন পাঠৰে সভা আৰম্ভণি কৰা হয়। সমাজ কৰ্মী সকল আয়ুৱ হুছেইন চাহেব ,কাছিম আহমদ চাহেব, আছিফ হুছেইন চাহেব, আৰছাদ হুছেইন চাহেব,আনোৱাৰা হুছেইন চাহেব, হাছান আলি চাহেব, নুৰুল আমিন পাঠান চাহেব। মৌলানা নুৰুজ্জামান চাহেবে দোৱা কৰে। এই সমগ্ৰ সাহায্য প্ৰদান অনুষ্ঠানৰ পৰিচালনা কৰে জামাত ই ইছলামী হিন্দ , অসমৰ মুৰব্বী ইছফাকুল হুছেইন ছগিৰে ।