জাপানে ৩১৯ টিবিপিএছ (Tbps)ৰ দ্ৰুততম গতিৰ ইণ্টাৰনেটৰ দ্বাৰা গঢ়িছে বিশ্ব অভিলেখ

pc Yahoo News India

অনলাইন বাৰ্ত্তাসেৱা – জাপানৰ ৰাষ্ট্ৰীয় তথ্য আৰু যোগাযোগ প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ৩,০০১ কিলোমিটাৰ দূৰত্বত ৩১৯ টিবিপিএছত তথ্য স্থানান্তৰ কৰি দ্ৰুততম ইণ্টাৰনেটৰ গতিৰ বিশ্ব অভিলেখ গঢ়ে। তেওঁলোকে ‘পৃথিৱীৰ বিৰল খনিজ পদাৰ্থ’, ‘এক নতুন প্ৰকাৰৰ ফাইবাৰ অপটিক কেবল’ আৰু ‘লেজাৰ প্ৰণালীৰ সংমিশ্ৰণ’ ব্যৱহাৰ কৰিছিল। ই ২০২০ চনত দ্বাৰা স্থাপিত ইউ.চি.এল.ৰ অভিযন্তাসকলৰ ১৭৮ টিবিপিএছ ৰেকৰ্ডৰ প্ৰায় দুগুণ।

(UD.)