ছবি – নীলোৎপল শইকীয়া

Pc Property Geek

অণুগল্প

ছবি

নীলোৎপল শইকীয়া, নগাঁও

ধৰা হওক এখনি আটোল টোলকৈ সজা এখনি ঘৰ…
এগৰাকী বোকাৰ…এগৰাকী কোলাৰ…
এগৰাকীৰ ভূমিকা সন্দেহজনক… অন্যগৰাকী..
স্বয়ং লক্ষ্মী দেৱীৰ পৰাকাষ্ঠা..
সময়ে গৰকাত এজন আজি অকলশৰীয়া,
আৰু…
বোলে.. খেনোক দেখি ৰান্ধে বাঢ়ে…