চীনত ১৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত

চীনত ১৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি কুনমিংৰ পৰা গুয়াংঝৌলৈ ১৩৩ জন যাত্ৰী কঢ়িয়াই অনা চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ এখন বিমান গুয়াংছিত দুৰ্ঘটনাগ্ৰস্ত হয়। চীনা সংবাদ মাধ্যমৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে হতাহতৰ সংখ্যা অজ্ঞাত। প্ৰতিবেদনত লগতে কোৱা হৈছিল যে বোয়িং ৭৩৭ বিমানখনে গুয়াংছি অঞ্চলত “দুৰ্ঘটনা” সংঘটিত কৰিছিল ।