চাৰ ধাম যাত্ৰা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

pc The Economic Times

চাৰ ধাম যাত্ৰা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শুক্ৰবাৰে চাৰ ধাম যাত্ৰা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰে। উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ে এই যাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত আৰু ভক্তসকলক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা আৰু নেতিবাচক পৰীক্ষাৰ প্ৰতিবেদন বহন কৰাটো বাধ্যতামূলক কৰাৰ পিছত এই কথা প্ৰকাশ পাইছে। কেদাৰনাথ ধামত প্ৰতিদিনে ৮০০ তীৰ্থযাত্ৰীক অনুমতি দিয়া হ’ব বুলি আদালতে কয়।

(UD.)