চহকী – নাজমিনা মজিদ

Pc StockCake

চহকী

নাজমিনা মজিদ,ধুবুৰী

চহকী শ্ৰেণীৰ মানুহবোৰৰ ভিতৰত নিজকেও সেই শ্ৰেণীটোৰ অন্তৰ্ভুক্ত কৰে সদায় আকাশ নামৰ ল’ৰা জনে । অথচ তেওঁ বিলাসি ভাৱেও নচলে । বহুতে আচৰিত হয় কেতিয়াবা,সি সঁচাই চহকী নে ?? আকাশৰ মতে চহকীৰ সংজ্ঞা অলপ ব্যতিক্ৰম । তেওঁৰ সংজ্ঞাত তেওঁ দাঙি ধৰে,”মই চহকী,কাৰণ মোৰ এটা সপোন এটা আছে” । সপোনটো লাহে-লাহে যিমানেই ডাঙৰ হৈ আছে,তেওঁ সিমানেই চহকী হৈ আছে বুলি দাবী কৰে ।