গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩৫০ কোটিতকৈও অধিক মূল্যৰ হেৰোইন জব্দ

Pc The Indian express

গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩৫০ কোটিতকৈও অধিক মূল্যৰ হেৰোইন জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী দল (এটিএছ) আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুন্দ্ৰা বন্দৰত এক যুটীয়া অভিযানৰ সময়ত ৩৫০ কোটি টকাতকৈও অধিক মূল্যৰ ৭০ কিলোগ্ৰামতকৈও অধিক হেৰোইন জব্দ কৰে। গুজৰাটৰ ডিজিপি আশীষ ভাটিয়াই অভিযানটোৰ বিৱৰণ ভাগ বতৰা কৰিবলৈ এখন সংবাদমেল অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।