কবিতা – কবিতা দত্ত লহকৰ

কবিতা

তাই দুখৰ দিনত আহে
যন্তনাৰ সৈতে কথা পাতে ।।।

তাইৰ হেতা পৰা মুখখনি দেখি
মোৰো মন ভাগি পৰে।,

এই সংসাৰত তাইৰ
আপোন বুলিবলৈতো কোনোৱেই নাই।।।।।

মাথো জড়তাৰ ৰূপত
প্ৰেমৰ নীলা সোৱাদবোৰ।।।।

মাজনিশা তাইৰ কাষত শুনা যায়
বেদনাৰ উচুপনি।।।।

এনেদৰে দুখ বেদনাত চটফটাই থকা
সেই অভাগিনীজনীৰ নাম কি জানানে ???????
তাইৰ নাম ক…….বি…….,তা………।।।।।।।