কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

Pc Hindustan times

কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছে নিজৰ দলৰ সভাপতি নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছিল। মনোনয়নসমূহ ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব, আনহাতে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ৮ অক্টোবৰত প্ৰকাশ কৰা হ’ব। প্ৰয়োজন হ’লে ভোটগ্ৰহণৰ তাৰিখ হ’ব ১৭ অক্টোবৰ। ভোটগণনা আৰু ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ’ব।