আমেৰিকা যুক্তৰাষ্ট্ৰত অমাইক্ৰন প্ৰভাৱশালী প্ৰকাৰ হ’ব নে নাই ভৱিষ্যতবাণী কৰিব নোৱাৰি: ফাউচি

Pc NPR

আমেৰিকা যুক্তৰাষ্ট্ৰত অমাইক্ৰন প্ৰভাৱশালী প্ৰকাৰ হ’ব নে নাই ভৱিষ্যতবাণী কৰিব নোৱাৰি: ফাউচি

ৰঙিলী বাৰ্ত্তাসেৱা-  হোৱাইট হাউচৰ মুখ্য চিকিৎসা উপদেষ্টা এন্থনী ফাউচিয়ে কৈছিল যে ওমাইক্ৰন কোভিড-১৯ প্ৰকাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰভাৱশালী প্ৰকাৰ হৈ পৰিব নে নাই সেয়া এতিয়াও ভৱিষ্যতবাণী কৰিব পৰা হোৱা নাই। “দেশখনে অতিৰিক্ত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা নাই,” ফাউচিয়ে লগতে কয়। ইয়াৰ আগতে, আমেৰিকাই নতুন প্ৰকাৰৰ বাবে দক্ষিণ আফ্ৰিকা, বটচৱানা, জিম্বাবোৱে, নামিবিয়া, লেচোথো, এস্বতীনি, মোজাম্বিক আৰু মালাৱীৰ পৰা ভ্ৰমণ সীমিত কৰিছিল।