আমেৰিকা যুক্তৰাষ্ট্ৰই কাটাৰক মুখ্য অ-নাটো সহযোগী হিচাপে ঘোষণা কৰে

p.c. Axios

আমেৰিকা যুক্তৰাষ্ট্ৰই কাটাৰক মুখ্য অ-নাটো সহযোগী হিচাপে ঘোষণা কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  কাটাৰৰ আমীৰ শ্বেখ তামিম আল থানিক সাক্ষাৎ কৰাৰ পিছত ৰাষ্ট্ৰপতি জো বিডেনে ঘোষণা কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই কাটাৰক এক মুখ্য অ-নাটো সহযোগী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াক দীৰ্ঘম্যাদী বুলি অভিহিত কৰি বিডেনে কয়, “যোৱা বছৰকাটাৰৰ সৈতে আমাৰ অংশীদাৰীত্ব আমাৰ বহুতো গুৰুত্বপূৰ্ণ স্বাৰ্থৰ কেন্দ্ৰবিন্দু হৈ আছে।” এই পদক্ষেপে কাটাৰক সামৰিক আৰু বিত্তীয় লাভালাভ প্ৰাপ্ত কৰিবলৈ অনুমতি দিব।