আজিৰ ৰাশিফল

Pc The indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২১ তাৰিখ বুধবাৰ , ইংৰাজী ৮ ডিচেম্বৰ |
শুক্ল পক্ষ, পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/২/৫৮ মি.
সূৰ্য্যোস্থয় = ৪/২৮/৪০ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱ গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
বৃষ = সন্মান বৃদ্ধি হোৱা দেখা যায় |
মিথুন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |
কৰ্কট = প্ৰেমত বিফল হব পাৰে |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হব |
তুলা = পদবীত উন্নতি সাধন হব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্মত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা বেছি |
মকৰ = এলাহ বৃদ্ধি হব |
কুম্ভ = গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্য সম্পাদন কৰিব পাৰিব |