আজিৰ ৰাশিফল

pc- news

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১৮ তাৰিখ ৰবিবাৰ , ইংৰাজী ৫ ডিচেম্বৰ |
শুক্লা পক্ষ, প্ৰতিপদ তিথি, পুৱা ৯/২৭/৩৯ মি. পৰা দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৬/০/৩২ মি.
সূৰ্য্যোস্থয় = ৪/২৭/২০ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, হৰিণাৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= কোমোৰা খোৱা নিষেধ, পুৱা ৯/২৭/৩৯ মি. পৰা তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শত্রু জয় কৰিব পাৰিব |
বৃষ = ভ্ৰমণত কষ্ট ভোগ কৰিব |
মিথুন = পুৰণি ৰোগ বৃদ্ধি হব |
কৰ্কট = মনৰ আশা পূৰন হোৱা দেখা যায় |
সিংহ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
কন্যা = আত্মীয়ৰ লগত আমোদ – প্ৰমোদ |
তুলা = মানসিক দুঃচিন্তা বৃদ্ধি হব |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = মানসিক ক্লেশ বৃদ্ধি হব পাৰে |
মকৰ = পুৰণি বিবাদ নিষ্পত্তি হোৱাৰ যোগ আছে |
কুম্ভ = অকাৰনত আত্মীয়ৰ লগত বিৰোধ হব পাৰে |
মীন = অৰ্থৰ আগমন বৃদ্ধি ঘটিব |