আজিৰ ৰাশিফল

pc- disha news india

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১ তাৰিখ সোমবাৰ , ইংৰাজী ১৮ নৱেম্বৰ |
শুক্লা পক্ষ, চতুৰ্দশী তিথি, পুৱা ১২/০/৫৩ মি. পৰা পূৰ্ণিমা তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৮/৩৯ মি.
সূৰ্য্যোস্থয় = ৪/২৮/৫৮ মি.

জন্মতঃ= মেষ ৰাশি ( অ, ল), ক্ষত্রিয় মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আত্মীয়ৰ দ্বাৰা ক্ষতি হব |
বৃষ = মানসিক অশান্তিত ভুগিব লগা হব |
মিথুন = প্ৰাপ্যৰ পৰা বঞ্চিত হব |
কৰ্কট = পুৰণি বন্ধু সান্নিধ্য লাভ কৰিব |
সিংহ = হঠাৎ ভ্ৰমণ যোগ আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হব |
বৃশ্চিক = আশা ভংগ হোৱাৰ যোগ আছে |
ধনু = কাৰ্য্য সম্পাদন কৰিব পাৰিব |
মকৰ = সা – সম্পদ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = ভ্ৰমণত শুভ যোগাযোগ লাভ কৰিব |
মীন = শুভ সংবাদ লাভ কৰিব |