আজিৰ ৰাশিফল

pc-wallpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৩১ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৬ জুলাই |
শুক্লা পক্ষ, সপ্তমী তিথি ||

সূৰ্য্যোদয় = ৪/৪৪/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৫৪ মি.

জন্মত= কন্যা ৰাশি (প, ঠ), হস্তা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, বগা ৰাজহাঁহ এজোৰ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তাল খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শত্রু ভয় আছে, সাৱধান হব | বৃষ = গৃহ অশান্তিত ভুগিব |
মিথুন = বন্ধুৰ সহায় লাভ কৰিব |
কৰ্কট = হঠাৎ ব্যস্ততা বৃদ্ধি পাব |
সিংহ = মনৰ উতসাহ হ্ৰাস পাব |
কন্যা = ভ্ৰমণ সুখ লাভ কৰিব |
তুলা = দেহৰ অসুস্থতাত ভুগিব লগা হব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
মকৰ = নিজৰ কাৰ্যদক্ষতাৰ পৰিচয় দিব পাৰিব |
কুম্ভ = যাত্রাত বিঘিনি ঘটিব পাৰে, সাৱধান হব |
মীন = সমস্যাৰ সমাধান কৰিব পাৰিব |