আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৩ তাৰিখ ৰবিবাৰ , ইংৰাজী ১০ অক্টোবৰ |
শুক্ল পক্ষ , পঞ্চমী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৩/৫৩ মি.
সূৰ্য্যোস্থয় = ৪/৫৬/৩১ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য) , বিপ্ৰ বৰ্ন , বৰুণ যোগ, দেৱ গন, মৃগৰ অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ _ শনি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . বেল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ পৰিবৰ্তন হব পাৰে |
বৃষ = সমস্যাৰ সমাধান কৰিব পাৰিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ দায়িত্ব বৃদ্ধি পাব |
সিংহ = জ্ঞান লাভৰ সুযোগ পাব |
কন্যা = মনত হতাশা আহিব |
তুলা = এলাহ বৃদ্ধি হব পাৰে |
বৃশ্চিক = ভ্ৰমণ যোগাযোগ লাভ কৰিব |
ধনু = বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু নাশ হোৱা দেখা যায় |