আজিৰ ৰাশিফল

pc Horoscope Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২০ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৭ অক্টোবৰ |
শুক্লা পক্ষ, প্ৰতিপদ তিথি, দিবা ১ /৪৬/৩৫ মি. পৰা দ্বিতীয় তিথি |
* *
সূৰ্য্যোদয় = ৫/২২/২৯ মি.
সূৰ্য্যোস্থয় = ৪/৫৯/৪০ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১২ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ = ৰবি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . কোমোৰা খোৱা নিষেধ, দিবা ১/৪৬/৩৫ মি. পৰা তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = নিজে কাৰ্য্য সম্পাদন কৰিব পাৰিব |
কৰ্কট = জ্ঞান লাভ কৰিব পাৰিব |
সিংহ = আত্মীয়ৰ পৰা সুখ লাভ কৰিব |
কন্যা = মনত পৰিবৰ্তনৰ ভাব আহিব |
তুলা = সমস্যা সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তি বৃদ্ধি পাব |
মকৰ = ভ্ৰমন কৰিলে কষ্ট পাব |
কুম্ভ = নিজৰ কাৰ্য্যত সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |