আই পি এল ছিজনত বুমৰাহৰ অভিলেখ ভংগ কৰে আৰ চি বিৰ হৰ্ষলে

pc- Ipl T20

আই পি এল ছিজনত বুমৰাহৰ অভিলেখ ভংগ কৰে আৰ চি বিৰ হৰ্ষলে

অনলাইন বাৰ্ত্তাসেৱা-  আৰ চি বিৰ অলৰাউণ্ডাৰ হৰ্ষল পেটেলে আই পি এল ছিজনত এজন ভাৰতীয় বলাৰে সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ ভংগ কৰিছে। ৩০ বছৰীয়া যুৱকজনে  এছআৰএইচৰ বিৰুদ্ধে তিনিটা উইকেট লোৱাৰ পিছত আই পি এল ২০২১ ত তেওঁৰ উইকেটৰ সংখ্যা ২৯ লৈ যায়। হৰ্ষলে আই পি এল ২০২০  ত ২৭ টা উইকেট দখল কৰা এম আইৰ যশপ্ৰীত বুমৰাহৰ অভিলেখ ভংগ কৰে।