আজিৰ ৰাশিফল

PC Marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ২১ তাৰিখ ৰবিবাৰ , ইংৰাজী ৭ আগষ্ট |
শুক্ল পক্ষ , দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৪/২৯ মি.
সূৰ্য্যোস্থয় = ৬/৩/৬ মি.

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = আনৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে |
বৃষ = মানসিক অশান্তি ভুগিব |
মিথুন = প্ৰাপ্যৰ পৰা হানি হব পাৰে |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমণ যোগ চলিছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হোৱা দেখা যায় |
বৃশ্চিক = মনৰ আশা ভংগ হোৱা দেখা যায় |
ধনু = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ আছে |
মকৰ = দ্ৰব্য লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = ভ্ৰমণত শুভ ফল লাভ কৰিব |
মীন = শুভ সংবাদ লাভ কৰিব |