আজিৰ ৰাশিফল

p.c India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ২৯ তাৰিখ শনিবাৰ , ইংৰাজী ১২ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, একাদশী তিথি, সন্ধিয়া ৪/২৭/৪২মি. পৰা দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৫/৩৮ মি.
সূৰ্য্যোস্থয় = ৫/১০/৪৬ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ),বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, শ্বানৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি | পুৱা ৬/৩৮/৩৯ মি. পৰা কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ- চন্দ্ৰ, বুধ |

 

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ, ৰাতি পূৰৈ শাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তি বৃদ্ধি হব |
বৃষ = মনত ভয়ে বাহ লব |
মিথুন = সামাজিক প্ৰতিষ্ঠা হব |
কৰ্কট = সমস্যা বৃদ্ধি হব |
সিংহ = মনৰ খং আৰু অভিমান বৃদ্ধি হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ পৰা সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি মিত্ৰক লগ পাব |
ধনু = আত্মীয়ৰ লগত বিৰোধ ঘটিব পাৰে |
মকৰ = মনত নিৰাশা দেখা দিব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |