আঘোণীয়া পথাৰ- দীপাঞ্জলী শৰ্মা

Pc The Janambhumi

আঘোণীয়া পথাৰ

মোনে মোনে সিঁচিলা
প্ৰেমৰ বীজ,
এপথাৰ হৈ গজিল
আঘোণত আহিবা,
ভৰাবলে হৃদয় ভঁৰাল॥

মনি/দীপাঞ্জলী শৰ্মা