অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ দেশ এৰি মালদ্বীপলৈ পলায়ন

Pc Telangana Today

অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ দেশ এৰি মালদ্বীপলৈ পলায়ন

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশ এৰি মালদ্বীপলৈ পলাই যায়। সূত্ৰই জনোৱা অনুসৰি, ৰাজপাক্ষে, তেওঁৰ পত্নী আৰু দুজন দেহৰক্ষী শ্ৰীলংকাৰ বায়ু সেনাৰ এখন বিমানত উঠি গৈছিল। ৰাজপাক্ষে সম্ভৱতঃ তাৰ পৰা এছিয়াৰ আন এখন দেশলৈ যাব, এক চৰকাৰী সূত্ৰই কয়।