অসম সাহিত্য সভাক মনেপ্ৰাণে ভালপোৱা ,সভাৰ

অসম সাহিত্য সভাক মনেপ্ৰাণে ভালপোৱা ,সভাৰ

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  একনিষ্ঠ সেৱক আৰু অক্লান্ত কৰ্মী,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য,বিশিষ্ট সাংবাদিক,লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক ,সমাজৰ প্ৰতি দিশতে প্ৰৃণঢালি সেৱা আগবঢ়াই থকা শ্ৰদ্ধাৰ হেমেন চন্দ্ৰ হাজৰিকা দেৱৰ মৃত্যুত গোলাঘাটৰ গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।