অলিম্পিয়ান নীৰজ চোপ্ৰা, পাৰালিম্পিয়ান অৱনী লেখাৰাক পদ্মশ্ৰী বঁটা প্ৰদান 

p.c.-theIndian express

অলিম্পিয়ান নীৰজ চোপ্ৰা, পাৰালিম্পিয়ান অৱনী লেখাৰাক পদ্মশ্ৰী বঁটা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰে ঘোষণা কৰে যে টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা আৰু পাৰালিম্পিয়ান প্ৰমোদ ভগত, সুমিত এণ্টিল আৰু অৱনী লেখাৰাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব। ইফালে, পেৰালিম্পিক খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰিয়াক পদ্মভূষণ বঁটা প্ৰদান কৰা হ’ব। হকী খেলুৱৈ বন্দনা কাটাৰিয়াও পদ্মশ্ৰী বঁটা বিজয়ীসকলৰ ভিতৰত আছে।