অনুভৱ-প্ৰস্তুতি শৰ্মা, গোলাঘাট বাণিজ্য মহাবিদ্যালয়

Pc-printerest

অনুভৱ
ভাল পোৱাৰ স্বৰলিপি তোমাক ভাল পাওঁ বুলি ক’লে ভাল পাব পাৰি যানো,,, ভাল পোৱা মানে কি?অ শুনা না সেইযে দিনবোৰ তোমাৰ মনত আছেনে নাই , য’ত তোমাক লগ পাইছিলো,, তুমি মোৰ ফালে চাইছিলা মই তোমাৰ ফালে চাইছিলা, আমাৰ প্ৰেম একপক্ষীয় জানা,চিটিবাছখনত আজিকালি উঠিলেই মোৰ তোমালৈ মনত পৰে, নাজানো তোমাৰ মই ঠিকনা,,, নাজানো তোমাৰ পৰিচয়, তথাপিও মই তোমাক ভাল পাওঁ,, তোমাৰ সজল চকুৰ চাৱণিত মই পৰিছিলো তোমাৰ প্ৰেমত,,,, বহুত দিন বহু বছৰ পাৰ হ’ল,, কেলেণ্ডাৰ ৰ পৃষ্ঠাবোৰ সলনি হ’ল,,, কিন্তু তোমাক পাহৰিব নোৱাৰিলো,,, কেতিয়াবা বৰষুণ সৰে ,মন যায় তোমাৰ হাতত হাত থৈ বৰষুণ ত তিতিবলৈ,,,মন যায় জোনাকত দুয়ো ওমলীবলৈ,,,,,,যানা আজিও উকা উকা লাগে,,মনৰ পদূলি ,,, ফাগুনৰ বতাহত তোমাক লৈ কবিতা লিখো,, কেতিয়াবা তুমি মোৰ প্ৰেমিক হোৱা কেতিয়াবা মোৰ এটি শব্দ হোৱা,,,,,,,,,,আৰু তোমাক একো নকওঁ,,, মাথোঁ আজিও কও তোমাক ভাল পাওঁ তোমাক,,,,দিবানে তোমাৰ উন্মুক্ত হৃদয়খনত মোৰ বাবে অকণ ঠাই,,,,,,,,,,,
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়