অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত চৰকাৰী বিভাগত নিযুক্ত ১,৬৯৭ কাশ্মীৰী পণ্ডিত: গৃহ মন্ত্ৰালয়

pc. hindustan times

অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত চৰকাৰী বিভাগত নিযুক্ত ১,৬৯৭ কাশ্মীৰী পণ্ডিত: গৃহ মন্ত্ৰালয়

ৰঙিলী বাৰ্ত্তাসেৱা- গৃহ মন্ত্ৰালয়ে কৈছিল যে ২০১৯ চনৰ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত জম্মু আৰু কাশ্মীৰ প্ৰশাসনে বিভিন্ন চৰকাৰী বিভাগত ১,৬৯৭ জন কাশ্মীৰী পণ্ডিতক নিযুক্তি দিছে। “জম্মু-কাশ্মীৰ চৰকাৰৰ মতে ৪৪,৬৮৪ টা কাশ্মীৰী প্ৰব্ৰজনকাৰী পৰিয়াল জম্মুৰ সাহায্য আৰু পুনসংস্থাপন আয়ুক্তৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল,” গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়।