অজিতৰ ‘ভালিমাই’য়ে ৩ দিনত বিশ্বজুৰি ১০০ কোটি উপাৰ্জন 

pc India Today

অজিতৰ ‘ভালিমাই’য়ে ৩ দিনত বিশ্বজুৰি ১০০ কোটি উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা-  অজিত কুমাৰৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ‘‘ভালিমাই’’ বক্স অফিচত এক চমৎকাৰ সঁহাৰি লাভ কৰিছে।  প্ৰতিবেদন অনুসৰি, ছবিখনে মাত্ৰ তিনি দিনৰ ভিতৰত বিশ্বব্যাপী বক্স অফিচত ১০০ কোটি টকা অতিক্ৰম কৰিছে।  ‘‘ভালিমাই’’ হৈছে এইচ বিনোথৰ দ্বাৰা পৰিচালিত আৰু বনি কাপুৰৰ দ্বাৰা প্ৰযোজিত এখন একচন থ্ৰিলাৰ। দীঘলীয়া দুবছৰৰ পিছত, চলচ্চিত্ৰখন ২৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিছিল।