মায়াংক আগৰৱালা পঞ্জাৱ কিংছৰ অধিনায়ক নিযুক্ত

pc- the quint

মায়াংক আগৰৱালা পঞ্জাৱ কিংছৰ অধিনায়ক নিযুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ২৬ মাৰ্চত আৰম্ভ হ’বলগীয়া ২০২২ চনৰ আই পি এল ছিজনৰ আগতে পঞ্জাৱ কিংছে মায়াংক আগৰৱালাক তেওঁলোকৰ অধিনায়ক হিচাপে মনোনীত কৰিছে। ‘মায়াংক ২০১৮ চনৰ পৰা পঞ্জাৱ কিংছৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। তেওঁ দলটোৰ উপ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু যোৱা ছিজনত চমুকৈ দলটোৰ অধিনায়কত্ব কৰিছে,’ পঞ্জাৱ কিংছৰ প্ৰেছ বিবৃতিত কোৱা হৈছে।সুযোগ পাই মই আনন্দিত, আগৰৱালে কয়।