অক্ষয় কুমাৰ, মানুষী ছিল্লাৰ অভিনীত পৃথ্বীৰাজ ২০২২ত মুক্তি 

Pc- India Tv News

অক্ষয় কুমাৰ, মানুষী ছিল্লাৰ অভিনীত পৃথ্বীৰাজ ২০২২ত মুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেতা অক্ষয় কুমাৰ আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰৰ পিৰিয়ড ড্ৰামা ‘পৃথ্বীৰাজ’ ২০২২ চনৰ ২১ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। ছবিখনৰ টিজাৰ টুইটাৰত শ্বেয়াৰ কৰি অভিনেতা অক্ষয় কুমাৰে লিখিছে, “গৌৰৱ আৰু বীৰত্বৰ বিষয়ে বীৰত্বপূৰ্ণ কাহিনী। সম্ৰাট পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱান্বিত।” ইফালে, মানুষীয়ে তেওঁৰ পত্নী আৰু কনৌজৰ ৰাজকুমাৰী, সানিয়োগিতাৰ চৰিত্ৰত অভিনয় কৰিব