ৰাজ্য পুনৰ এনকাউণ্টাৰৰ ঘটনা

ৰাজ্য পুনৰ এনকাউণ্টাৰৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ডিমৌত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা। আলফাৰ লিংকমেনৰ সন্দেহত দুদিন পূৰ্বে আটক কৰা ৰাজু আহমেদলৈ বুলি লক্ষ্য কৰি ডিমৌ আৰক্ষীৰ গুলীচালনা। ডিমৌৰ ভেকেলাইৰ এটা নিৰ্জন পথত সংঘটিত হয় এই ঘটনা। আহত ৰাজু আহমেদক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।