ৰঙিয়াত আগন্তুক পৌৰসভাৰ নিৰ্বাচন সম্পৰ্কে উ:কা: জিলা বিজেপিৰ কাৰ্যলয়ত আলোচনা

pc Facebook

ৰঙিয়াত আগন্তুক পৌৰসভাৰ নিৰ্বাচন সম্পৰ্কে উ:কা: জিলা বিজেপিৰ কাৰ্যলয়ত আলোচনা

অনলাইন বাৰ্ত্তাসেৱা – আজি ৰঙিয়াত আগন্তুক পৌৰসভাৰ নিৰ্বাচন সম্পৰ্কে উ:কা: জিলা বিজেপিৰ কাৰ্যলয়ত আলোচনাত মিলিত হয়। আধুনিক ৰূপেৰে সজ্জিত কৰা ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ কাম-কাজৰ বুজ লয়। মঞ্চত দলীয় সতীৰ্থৰ লগত কিছু মত বিনিময়ো কৰে। এই আলোচনাত উপস্থিত থাকে- ভা:জ:পা:ৰ ৰাষ্ট্ৰীয় সা:স: তথা সাংসদ মাননীয়- শ্ৰী দিলীপ শইকীয়া, ৰাজ্যিক ভা:জ:পা:ৰ সভাপতি ও বিধায়ক শ্ৰীভৱেশ কলিতা, বিধায়ক শ্ৰী দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক শ্ৰী নাৰায়ণ ডেকা, আৰু উত্তৰ কামৰূপ জিলাৰ সভাপতি শ্ৰী নন্দন তালুকদাৰৰ লগতে দলীয় কাৰ্যকৰ্তা সকল…।