২ নৱেম্বৰত নাচিবলৈ সাজু হৈছে ভৱানীপুৰৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ

২ নৱেম্বৰত নাচিবলৈ সাজু হৈছে ভৱানীপুৰৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২ নৱেম্বৰত নাচিবলৈ সাজু ভৱানীপুৰৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ৷ভৱানীপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণী তালুকদাৰে সাংবাদিকক কয় যে,”২ মে’ত ক’ভিড প্ৰট’কলৰ বাবে মই নাচিব পৰা নাছিলোঁ৷এইবাৰ মই নাচিম৷বিধায়ক জয়ন্ত মল্ল বৰুৱাই এইবাৰ মোৰ বাবে বহু কষ্ট কৰিছে৷ গতিকে জয়ন্ত মল্ল বৰুৱাই ঢোল বাদন কৰিব আৰু ৰাতুল শৰ্মাই পেঁপা বজাব৷”উল্লেখযোগ্য যে,সময় এতিয়া এটা দিনৰ অপেক্ষাৰ৷ফণীধৰ তালুকদাৰৰ এই আত্মবিশ্বাস ইভিএমৰ ৰিজাল্টত থাকেনে নাথাকে ২ নৱেম্বৰত স্পষ্ট হ’ব৷