১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

pc- assambidhansabha.org

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনখন অহা ১২ ছেপ্টেম্বৰ, 2022 তাৰিখ সোমবাৰে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দিছপুৰস্থিত বিধানসভাৰ কক্ষত অনুষ্ঠিত হ’ব।