মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা

Pc The Economic Times

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা। পূৰ্বে Z কেটেগৰীৰ নিৰাপত্তা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা Z কেটেগৰীৰ পৰা Z+লৈ উন্নীত কৰা হৈছে। উল্লেখযোগ্য যে হায়দৰাবাদত গণেশ চতুৰ্থীৰ অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ উত্থাপিত হৈছিল প্ৰশ্নৰ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিষয়টো পৰ্যালোচনা কৰিছিল গৃহ মন্ত্ৰণালয়ে।