মালায়ালম অভিনেতা ৰিজাবাৱাৰ ৫৪ বছৰ বয়সত মৃত্যু

pc- The Indian Express

মালায়ালম অভিনেতা ৰিজাবাৱাৰ ৫৪ বছৰ বয়সত মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা- মালায়ালম অভিনেতা ৰিজাবাৱাৰ কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৫৪ বছৰ বয়সত মৃত্যু হয়। প্ৰবীণ অভিনেতাজনে বৃক্ক সম্পৰ্কীয় ৰোগত চিকিৎসাধীন হৈ আছিল। ১৯৯০ চনত ‘ইন হৰিহৰ নগৰ’ চলচ্চিত্ৰত জন হোনাইৰ চৰিত্ৰটো ৰচনা কৰাৰ বাবে ৰিজাবাৱা জনপ্ৰিয় আছিল।

 

 

(RT)