ভাৰতত ১৮ হেজাৰলোক নতুনকৈ কৰʼনাত সংক্ৰমিত 

pc- triNet

ভাৰতত ১৮ হেজাৰলোক নতুনকৈ কৰʼনাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ১৮,১৩২ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ভাৰতত ১৯৩ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দেশত ২,২৭,৩৪৭ টা সক্ৰিয় ঘটনা আছে। আৰু ভাৰতত এতিয়া লৈ মুঠ ৪,৫০,৭৮২ জন লোকৰ মৃত্যু হৈছে।