ভাৰতত নতুনকৈ ২০ হেজাৰ লোক কৰ’নাত সংক্ৰমিত

pc- Naidunia

ভাৰতত নতুনকৈ ২০ হেজাৰ লোক কৰ’নাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২০,৭৯৯ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ১৮০ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ১২,২৯৭ জন লোক। কেৰালাত নতুনকৈ ৭৩জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ২,৬৪,৪৫৮ টা সক্ৰিয় ঘটনা আছে। ৪,৪৮,৯৯৭ জন লোকৰ ভাৰতত কৰ’নাৰ ফলত মৃত্যু হৈছে।