‘ফ্ৰেণ্ডছ’ত গুন্থাৰৰ চৰিত্ৰত অভিনয় কৰা জেমছ টাইলাৰৰ ৫৯ বছৰ বয়সত মৃত্যু

pc- Yahoo News

‘ফ্ৰেণ্ডছ’ত গুন্থাৰৰ চৰিত্ৰত অভিনয় কৰা জেমছ টাইলাৰৰ ৫৯ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা– ‘ফ্ৰেণ্ডছ’ত গুন্থাৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জেমছ মাইকেল টাইলাৰৰ প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত হৈ ৫৯ বছৰ বয়সত মৃত্যু হয়। টাইলাৰ প্ৰথমে ২০১৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল, কিন্তু তেওঁৰ ৰোগ নিৰ্ণয় তিনি বছৰৰ বাবে ব্যক্তিগত ৰাখিছিল। তেওঁ ‘চাব্ৰিনা দ্য টিনেজ উইচ’, ‘স্ক্ৰাব’, ‘মডাৰ্ণ মিউজিক’ আৰু ‘জাষ্ট শ্বুট মি!’ আদিত অভিনয় কৰিছিল।