অনলাইন বাৰ্ত্তাসেৱা – ‘মেটছ হুমেলছে’ এটা আত্মঘাতী গ’লেৰে ফ্ৰান্সক ১-০ গ’লত জয় প্ৰদান কৰে। ‘মেটছ হুমেলছ’ৰ ৰাষ্ট্ৰীয় দললৈ উভতি অহাটা ফ্ৰান্সৰ পক্ষেহে ভাল হোৱাটো পৰিলক্ষিত হয়। ‘হুমেলছে ‘লুকাস হাৰ্ণাণ্ডেজ’ৰ ক্ৰছটো ফ্ৰান্সৰ ফৰৱাৰ্ড ‘কেলিয়ান এমবাপে’ৰ ওচৰলৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয় আৰু তেওঁ ভুলবশতঃ নিজৰ গ’ল পষ্টতেই আত্মঘাতী গ’ল কৰে।
ফ্ৰান্স আৰু জাৰ্মানীৰ খেলত ফ্ৰান্সৰ ১-০ গ’লত জয়
