পাকিস্তানৰ আসাদ আলীক পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰু ৰবি দহিয়াই

Pc Cricket.surf

পাকিস্তানৰ আসাদ আলীক পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰু ৰবি দহিয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ অলিম্পিক ৰূপৰ পদক বিজয়ী মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াই পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কেজি ছেমি ফাইনেলত পাকিস্তানৰ আছাদ আলীক পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ত ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ নবীনে পুৰুষৰ ৭৪ কেজি ফ্ৰীষ্টাইল শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে।