নাওবোইচাত শেহতীয়া মাজুলী নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালবৰ্গক সাক্ষাৎ

pc Facebook

নাওবোইচাত শেহতীয়া মাজুলী নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালবৰ্গক সাক্ষাৎ

অনলাইন বাৰ্ত্তসেৱা – অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ নাওবোইচাত শেহতীয়া মাজুলী নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালবৰ্গক তেওঁৰ পত্নী আৰু কেইবাজনো সহযাত্ৰীক উদ্ধাৰ কৰাৰ পিছত  সাক্ষাৎ কৰে। তেওঁৰ সাহস চিৰ-অনুপ্ৰেৰণাদায়ক হ’ব। বিদেহী আত্মাৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে আৰু শোকসন্তপ্ত পৰিয়ালক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।