আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৪ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১ অক্টোবৰ |
কৃষ্ণ পক্ষ , দশমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৯/৪৮ মি.
সূৰ্য্যোস্থয় = ৫/৬/৩০ মি.

জন্মত= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, দেৱ গন, বায়ু যোগ, মেষৰ অস্থি |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় বৃদ্ধি হব |
বৃষ = বন্ধুৰ সৈতে মনোমালিন্য ঘটিব |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক পৰিমাণে ব্যয় হব |
তুলা = কৰ্মত বিজয়ী হব পাৰিব |
বৃশ্চিক = সমস্যাৰ সমাধান কৰিব পৰিব |
ধনু = ধনৰ আগমন বৃদ্ধি হোৱা দেখা যায় |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব পাৰিব |
কুম্ভ = কৰ্মত জটিলতা আছে |
মীন = মানসিক অশান্তি বৃদ্ধি হব |