নলবাৰীত ভূপেন বৰা-নৱ শৰণীয়াৰ বৈঠক

TIME8 News

নলবাৰীত ভূপেন বৰা-নৱ শৰণীয়াৰ বৈঠক

অনলাইন বাৰ্ত্তাসেৱা – নলবাৰীত অনুস্থিত ভূপেন বৰা-নৱ শৰণীয়াৰ বৈঠক। উপ-নিৰ্বাচন সম্পৰ্কে অনুস্থিত কৰা হয় এই আলোচনা বৈঠক। ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ নৱ শৰণীয়া। উপ-নিৰ্বাচনত কংগ্ৰেছক নৱ শৰণীয়াৰ সহায়ৰ প্ৰয়োজন।

(Utpal Kalita)