ডোৱেন জনছন, এমিলি ব্লাণ্ট ‘Jungle Cruise’ ৰ দ্বিতীয়  চিকুৱেল

pc LatestLY

ডোৱেন জনছন, এমিলি ব্লাণ্ট ‘Jungle Cruise’ ৰ দ্বিতীয়  চিকুৱেল

অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা ডোৱেন জনছন আৰু এমিলি ব্লাণ্টে তেওঁলোকৰ ছবি ‘ Jungle Cruise’ ‘ৰ দ্বিতীয় খণ্ডৰ বাবে চলি আছে প্ৰস্তুতি। প্ৰথমখন চলচ্চিত্ৰৰ সৈতে জড়িত মাইকেল গ্ৰীনে আহিবলগীয়া খণ্ডটো লিখিব বুলি জানিব পৰা গৈছে।

(UD.)