ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত পলাতক সুভ্ৰজিৎ বৰুৱা আটক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত পলাতক সুভ্ৰজিৎ বৰুৱা আটক

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত পলাতক সুভ্ৰজিৎ বৰুৱা আটক। গোপন সূত্ৰৰ পম খেদি মৰাণৰ সমীপৰ পৰা আটক কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক আটক কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ সুভ্ৰজিৎ বৰুৱাও আছিল।